Mone Namane
Similar songs
Sui Mai Dhaga
Rapstar Kandhoiya02:58
Moi Aji
DETROIT DYG02:57
Baad De Baad De
LAZY,VIbe Kidd,X NATION,Xavy03:08
Huworai
Yung Kraken02:40
Pori
Mark Pol04:49
Bhobar Dore
Pranamika Bordoloi05:31
Aku Nai Dia
D VIBE$03:12
USE LESS
DARKNESS02:48
Saporidem Romnigmil
Sarbeswar Kardong05:26
Logori
Wild Shooter02:33
Similar Songs
Sui Mai Dhaga
Rapstar Kandhoiya
Moi Aji
DETROIT DYG
Baad De Baad De
LAZY,VIbe Kidd,X NATION,Xavy
Huworai
Yung Kraken
Pori
Mark Pol
Bhobar Dore
Pranamika Bordoloi
Aku Nai Dia
D VIBE$
USE LESS
DARKNESS
Saporidem Romnigmil
Sarbeswar Kardong
Logori
Wild Shooter
About song
Album: Mone Namane
Genre :Hip Hop
7 Plays
Music: Fishscale Beatz
Tune: Rich Key Beats, Starbxy
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © MOGNO 4EVER RECORDS
Lyrics
হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই)
নাভাবো মই (নাভাবো মই), still মনে নামানে
হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই)
নাভাবো মই (নাভাবো মই), still মনে নামানে
No no মই কথাবোৰ নাভাবো now (now)
যাব আছে বহুদুৰ I can't stop now (now)
Mellow vibes তোমাৰ face ত চালো smile মই (মই)
সপোন জগাই বুকুত তুমি লগত নাই নহ (নাই )
লগত নাই নহ পিছে কিয় কৈছিলা forever বুলি (Yeah)
লগত নাই নহ পিছে কিয় কৈছিলা থাকিবা বুলি সদাই (YEAH)
হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই)
নাভাবো মই (নাভাবো মই), still মনে নামানে
হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই)
নাভাবো মই (নাভাবো মই), still মনে নামানে
কিমান pains আছে আজি মোৰ হৃদয়তে (হৃদয়তে)
কোনো নাই কোনো নাই এইবোৰ বুজিবলে (বুজিবলে)
মিছা প্ৰেম আহে হঠাতে এই জীৱনতে (জীৱনতে)
জীয়াই থাকিবলৈ শিকাই then মৰিবলে (মৰিবলে)
নাই আজি কোনো real life ত এ সঁচা (সঁচা)
কৰিম trust কেনেকে সব হয় মিছা (মিছা)
Yes মই sober but নহয় মই যে অকৰা (কৰা)
Feeling lonely but নালাগে মোৰ ভালপোৱা (ভালপোৱা)
Yes মই heartbroke লৰা feeling নাইকীয়া (নাইকীয়া)
Yes মই dead আগৰ পৰাই মিছা নাইকোৱা (নাইকোৱা)
লাগি আছে যেন health মোৰ হৈ বেয়া (হৈ বেয়া)
Pray কৰি আছা নেকি মই নোহোৱাৰ বাবে
হবা জানো (হবা জানো), তুমি মোৰেই (তুমি মোৰেই)
নাভাবো মই (নাভাবো মই), still মনে নামানে…